Mycabs

Mycabs Mycabs is a two-sided marketplace, a network that connects drivers and passengers.

26/01/2023
15/01/2023

ভোগালী বিহুয়ে সকলোৰে জীৱন লৈ সূখ সমৃদ্ধি কঢ়িয়াই আনৰ লগতে ভাতৃত্ব বোধৰ এনাজৰী ডাল আৰু সুদৃঢ় কৰক আৰু মেজিৰ জুইকুৰাই যেন অপায়-অমংগল,হিংসা-বিদ্বেষ সকলোবোৰ পুৰি শেষ কৰি কঢ়িয়াই আনে অনাবিল আনন্দ… সেই শুভ কামনাৰে ভোগালী_বিহুৰ হিয়াভৰা আন্তৰিক শুভেচ্ছা যাঁচিলো

Happy Bhogali Bihu

আমাক প্ৰতিটো সময়ত সাহস আৰু প্ৰেৰণা যোগাই অহা All Assam Cab Welfare Federation(NGO) ৰ প্ৰচাৰ সম্পাদকৰ লগতে এজন স্ব-ভূমিত ...
09/01/2023

আমাক প্ৰতিটো সময়ত সাহস আৰু প্ৰেৰণা যোগাই অহা All Assam Cab Welfare Federation(NGO) ৰ প্ৰচাৰ সম্পাদকৰ লগতে এজন স্ব-ভূমিত স্বাভিমানেৰে জীয়াই থাকিব বিচৰা কেব চালক দ্বীপেন বড়োৰ সুযোগ্যা জীয়ৰী নীলাঞ্জনা বড়োলৈ mycabs পৰিয়ালৰ তৰফৰ পৰা অভিনন্দন জ্ঞাপন কৰিলোঁ । নীলাঞ্জনা বড়োৰ এই সফলতাই আমাক অধিক সুখী কৰি তুলিছে ।সফলতাৰ সেউজীয়া বাটেৰে গতি কৰি আকৌ অসমলৈ গৌৰৱ কঢ়িয়াই আনিব বুলি আশা কৰিছোঁ ।

সমূহ অসমবাসী ৰাইজৰ লগতে প্ৰতিজন স্বভূমিত স্বাভিমানেৰে জীয়াই থাকিব বিচৰা সন্মানীয় কেব চালক সতীৰ্থলৈ ইংৰাজী নৱবৰ্ষৰ বহুত ব...
31/12/2022

সমূহ অসমবাসী ৰাইজৰ লগতে প্ৰতিজন স্বভূমিত স্বাভিমানেৰে জীয়াই থাকিব বিচৰা সন্মানীয় কেব চালক সতীৰ্থলৈ ইংৰাজী নৱবৰ্ষৰ বহুত বহুত শুভেচ্ছা শুভকামনা জ্ঞাপন কৰিলোঁ ।

Very Happy New Year 2023

May this season be full of light and laughter you and your family
24/12/2022

May this season be full of light and laughter you and your family

25/04/2022

Soon the first local cab company built by indigenous Assam will be connected with mycabs online cab service to build our fields and our markets.

mycabs পৰিয়ালৰ তৰফৰ পৰা সমূহ ইছলাম ধৰ্মাৱলম্বী  ৰাইজৰ লগতে প্ৰতিজন কেব চালক বন্ধুলৈ পৱিত্ৰ ৰমজান মাহৰ হিয়া ভৰা শুভেচ্ছা ...
05/04/2022

mycabs পৰিয়ালৰ তৰফৰ পৰা সমূহ ইছলাম ধৰ্মাৱলম্বী ৰাইজৰ লগতে প্ৰতিজন কেব চালক বন্ধুলৈ পৱিত্ৰ ৰমজান মাহৰ হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ ।
এই পৱিত্ৰ ৰমজান মাহে সমাজলৈ সমন্বয়ৰ বতৰা কঢ়িয়াই আনি মানুহৰ মাজত জাতি ধৰ্মৰ বিচাৰ নকৰি সুখ,শান্তি, সমৃদ্ধিৰে ভাতৃত্ববোধ গঢ়ি তোলক তাৰ কমনা কৰিলোঁ ।

Address

Batahi Complex, Ulubari. Guwahati.
Guwahati
781007

Opening Hours

Monday 9am - 8pm
Tuesday 9am - 8pm
Wednesday 9am - 8pm
Thursday 9am - 8pm
Friday 9am - 8pm
Saturday 9am - 8pm
Sunday 9am - 1pm

Telephone

+913613503285

Alerts

Be the first to know and let us send you an email when Mycabs posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share